February 21, 2025 11:18 AM February 21, 2025 11:18 AM

views 5

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে’ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ’বঃ অমিত শ্বাহ

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক ২০২৭ চনৰ ভিতৰত ৰে'ল আৰু বিমান সেৱাৰে দিল্লীৰ সৈতে সংযুক্ত কৰা হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত কালি একতা উৎসৱ- এটা কণ্ঠ, এখন ৰাষ্ট্ৰত ভাষণ দি শ্রীশ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ পৰা প্ৰযুক্তিলৈ, ক্ৰীড়াৰ পৰা মহাকাশলৈ প্ৰতিটো ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে। তেওঁ কয়, যে এন ডি এ চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা ৭০ শতাংশ আৰু হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮৫ শতাংশ হ্...