March 1, 2025 12:23 PM

views 12

আকাশবাণীৰ প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে কাম-কাজৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণত গুৰুত্ব সঞ্চালকপ্ৰধান ড০ প্রজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালক প্ৰধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ কাম-কাজৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সঞ্চালকপ্ৰধানগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব মণ্ডলৰ ক’হিমাত আয়োজিত আকাশবাণী কেন্দ্ৰসমূহৰ এখন অনুষ্ঠান আৰু বাণিজ্যিক বৈঠকৰ অন্তিম দিনৰ কাৰ্যসূচীত ভাষণ দি এইদৰে কয়। ড০ গৌড়ে তেওঁৰ ভাষণত এই ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ অনন্যতাৰ বিষয়ে আলোকপাত কৰি এই ব্যৱস্থাই সৃষ্টিশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ লগত...