September 17, 2024 12:31 PM
18
সন্তোষ কাশ্যপক ভাৰতৰ জ্যেষ্ঠ মহিলা ফুটবল দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে সৰ্বভাৰতীয় ফুটবল পৰিষদৰ নিযুক্তি
সৰ্বভাৰতীয় ফুটবল পৰিষদে সন্তোষ কাশ্যপক ভাৰতৰ জ্যেষ্ঠ মহিলা ফুটবল দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিছে। তেওঁ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ চাওবা দেৱীৰ ঠাইত দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব। পৰিষদে প্রিয়া পি ভিক লগতে সহকাৰী প্ৰশিক্ষক আৰু ৰঘুবীৰ প্ৰবীণ খানোলকাড়ক দলৰ গলৰক্ষকৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। ভাৰতীয় দলটোৱে নতুন মুখ্য প্রশিক্ষকগৰাকীৰ অধীনত নেপালৰ কাঠমাণ্ডুত ১৭ৰ পৰা ৩০ অক্টোবৰলৈ হ'বলগীয়া ছাফ মহিলা চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিব। এই চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চ...