July 21, 2024 8:01 PM

views 15

শিৱসাগৰত সদৌ অসম টুৰিষ্ট গাইড এছোছিয়েছনৰ প্ৰথম বাৰ্ষিক অধিৱেশন

সদৌ অসম টুৰিষ্ট গাইড এছোছিয়েছনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ভালেসংখ্যক টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰে। শিৱসাগৰ টুৰিষ্ট গাইডৰ সভাপতি গৌতম হীৰাই আজিৰ অনুষ্ঠানে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এই অধিৱেশনৰ কাৰ্যসূচীয়ে সুদূৰপ্ৰসাৰি প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে। অধিৱেশনত শিৱসাগৰৰ বিভিন্ন পর্যটন স্থলীসমূহৰ গাইডসকলক বিতং বর্ণনা দিয়াৰ লগতে তথ্যচিত্ৰ আৰু পৰ্যটন সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত বিশিষ্ট...