November 8, 2024 12:00 PM

views 16

আজি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া সংবিধানিক বিচাৰপীঠে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্রকাশিত তালিকা অনুসৰি আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন সংবিধান বিচাৰপীঠে ৰায় ঘোষণা কৰিব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সাতজনীয়া সাংবিধানিক বিচাৰপীঠে এই গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখিছিল। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ এটর্নী জেনেৰেল আৰ ভেংকটাৰমণি আৰু ছলিচিটৰ জেনেৰেল...