August 5, 2025 6:46 PM
20
আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন
আজি আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা আলাবৈ ৰণ স্মৃতি সৌধৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে স্মৃতি তৰ্পণৰ পাছত এখন সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত, কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জার্নেলিষ্ট ফ'ৰামৰ সহযোগত দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা...