December 26, 2025 5:55 PM
18
ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত
ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ২০১৯ চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্রদর্শনীত অনুষ্ঠিত হ'বলগীয়া কেইবাখনো কর্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাজনো শিল্পী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আন্তঃৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত শিল্পী তথা চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ তামুলীয়ে আজি এই প্রদর্শনীখন উদ্বোধন কৰে। তেওঁৰ লগত অসমৰ প্ৰাক্তন শিক্ষা মন্ত্...