June 14, 2024 6:10 PM June 14, 2024 6:10 PM
13
ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় কৰ্মশালা
ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় এখন কৰ্মশালা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱক-যুৱতীয়ে এই প্রশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ভাষণ প্ৰসংগত পশুপালন বৃত্তি সাম্প্রতিক সময়ৰ এক লাভজনক বৃত্তি বুলি উল্লেখ কৰি পশুপালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে যুৱক-যুৱতীসকলক পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ হোৱাৰ অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত সম্ভ...