August 17, 2025 7:59 PM August 17, 2025 7:59 PM
17
দিল্লীত ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নির্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে দেশে চক্ৰধাৰী মোহনৰ লেখিয়াকৈ একে উৎসাহেৰে ভাৰতক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ লগতে ভাৰতক এখন স্ব-নিৰ্ভৰযোগ্য দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয়, যে সামগ্রী আৰু সেৱাকৰ ব্যৱস্থাৰ...