July 4, 2024 3:01 PM July 4, 2024 3:01 PM
11
দিল্লীত ৪ দিনীয়াকৈ পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীৰ্ষক গোলকীয় অভিৱৰ্তন
■ ৰাসায়নিক আৰু পেট্’ কেমিকেল সচিব নিবেদিতা শুক্লা বার্মাই আজি নতুন দিল্লীত ৪ দিনীয়াকৈ আয়োজিত পুনৰ ব্যৱহাৰযোগ্য আৰু বহনক্ষম প্লাষ্টিক তথা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী শীর্ষক গোলকীয় অভিৱৰ্তন উদ্বোধন কৰে। এই অভিৱৰ্তনে উদ্যোগসমূহৰ নেতা, ষ্টার্টআপ আৰু পৰিবেশ বিশেষজ্ঞসকলক প্লাষ্টিক উদ্যোগৰ বহন ক্ষমতা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ শেহতীয়া অগ্ৰগতি আৰু মতাদৰ্শসমূহ প্ৰদৰ্শনৰ ক্ষেত্ৰত এখন বিশেষ মঞ্চ প্ৰদান কৰিব। এই প্ৰদৰ্শনীত বিভিন্ন গোটৰ অংশীদাৰসকলৰ লগতে উদ্যোগসমূহৰ নেতা, উদ্ভাৱক, নীতি নিৰ্ধাৰক...