April 21, 2025 3:14 PM April 21, 2025 3:14 PM
9
৪ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁক বিমান বন্দৰত আদৰণি জনায়। সেই স্থানতেই অভ্যাগত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ উদ্দেশ্যে গার্ড অব অনাৰৰ আয়োজন কৰা হয়। শ্ৰী ভান্সৰ সৈতে আমেৰিকাৰ দ্বিতীয় মহিলা ঊষা ভান্স আৰু মাৰ্কিন প্রশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ সদস্যও ভাৰতলৈ আহিছে। নতুন দিল্লীত উপস্থিত হৈ ইতিমধ্যে অক্ষধাম মন্দিৰ দৰ্শন কৰা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়া প্ৰধানমন্ত্রী নৰেন্দ্ৰ ...