February 23, 2025 8:21 PM

views 17

আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

আকাশবাণী নগাঁও কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভালেসংখ্যক শিল্পী, কলা-কুশলীয়ে অংশ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া, কৰ্মচাৰী তথা শ্ৰোতাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বার্তাত মুখ্যমন্ত্ৰীয়ে এই কেন্দ্ৰটোৱে অবিভক্ত নগাঁও জিলাৰ সকলো অঞ্চলৰ লোকৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি কেন্দ্ৰটোৰ প্ৰতিষ্ঠা...