ডাউনলোড
মোবাইল এপ

android apple
signal

January 7, 2025 9:00 PM

তিনিচুকীয়া জিলা ভ্ৰমনেৰে বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী বি এল বার্মাৰ

কেন্দ্ৰীয় অসামৰিক যোগান, গ্রাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰী...

January 7, 2025 8:58 PM

দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বি...

January 4, 2025 1:42 AM

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া অহা দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই পৰ্যায়ত বাংলাদেশত আবদ্ধ হৈ ...

January 2, 2025 4:43 PM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কা...

December 30, 2024 12:43 PM

গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন

গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দ...

December 30, 2024 12:33 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী ...

December 28, 2024 10:08 PM

কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিবেশন অনুষ্ঠিত

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিবেশন লখিমপুৰ চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি পুৱাৰ অনুষ্ঠানত অংশ লৈ শিক্ষ...

December 28, 2024 10:06 PM

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী বিশেষ ব্যক্তি

সময় আৰু সমাজৰ বিভিন্ন প্রত্যাহ্বান নেওচিও সমাজৰ একাংশ লোকে দুৰ্গতসকলৰ সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি প্ৰচাৰ কৰা দৃষ্টিপাত অন...

December 28, 2024 8:39 PM

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। এই অনুষ...

December 19, 2024 8:16 PM

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত আজি ৪৫ নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত সীমান্তৱৰ্ত্তী গাঁৱ...