ডাউনলোড
মোবাইল এপ

android apple
signal

March 7, 2025 8:26 PM

এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন

  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন কৰা হয...

March 7, 2025 5:48 PM

‘অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰ’- বার্বাডোছৰ জনসাধাৰণলৈ প্রধানমন্ত্ৰী মোদীৰ কৃতজ্ঞতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বা...

March 6, 2025 11:55 AM

কালিৰে পৰা মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন

● ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতিপ্রধান বিভিন্ন অঞ্চলত কালিৰে পৰা জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলম...

March 6, 2025 11:50 AM

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন

● যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৮৭৭ চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকর্ষণীয় প্ৰতিযোগিতাখনৰ ১৪২ সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গ'ল্ফ আদি ...

March 6, 2025 11:40 AM

আজিৰে পৰা বঙাইগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন

■ বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষক প্ৰশিক...

March 6, 2025 11:27 AM

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আন্তৰ্জাতিক নাৰী দিৱস বিশেষ ‘দৃষ্টিপাত

■ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফল...

March 6, 2025 11:21 AM

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ড০ বিভাষ দেৱক নিযুক্তি

■ ড০ বিভাষ দেৱক আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড০ দেৱৰ বৰাক উপত্যকাত উ...

March 6, 2025 11:08 AM

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৪ টাকৈ ভূমিকম্পৰ জোকাৰণি

■ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি ৪ টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ ১১ বাজি ৬ মিনিটত প্ৰথমটো ভূমিকম্পৰ...

March 6, 2025 11:01 AM

অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছেঃ অতুল বৰা

● অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যখনৰ সৰ্বাধিক ৫৯,৪৯০ হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে...

March 6, 2025 10:40 AM

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদৰ ফলাফল দিনৰ ১১ বজাত ৱেৱছাইটযোগে ঘোষণা হ’ব

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ ১১ বজাত ফলাফল উপল...