ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2025 10:46 AM

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১৯৭০ চনৰ পৰা আজিৰ দিনটো ...

April 22, 2025 10:23 AM

অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা

■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভ...

April 22, 2025 10:11 AM

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰ...

April 22, 2025 10:04 AM

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

● ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভা আদি...

April 21, 2025 11:25 AM

বতৰৰ বতৰাঃ–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্র...

April 21, 2025 11:14 AM

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ ল...

April 21, 2025 11:05 AM

আজি সতী সাধনী স্মৃতি দিৱস

● আজি সতী সাধনী স্মৃতি দিৱস। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সতী সাধনী দিৱস উ...

April 21, 2025 10:55 AM

গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ২০২৪-২৫ বৰ্ষত ১৬ কোটি ৯০ লাখ কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ

■ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ২০২৪-২৫ বৰ্ষৰ ১৬ কোটি ৯০ লাখ কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। চাহৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হোৱা চ...

April 21, 2025 10:46 AM

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

● অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্র কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্...

April 11, 2025 8:55 PM

দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। শ্রীমোদীয়ে আজি মধ...