ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 7:02 PM

যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকল...

April 23, 2025 6:58 PM

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

◊ ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজ...

April 23, 2025 6:40 PM

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া বড়ো ৰীতি-নীতিৰে সম্পন্ন

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া আজি বাক্সা জিলাৰ বাঘাজানীৰ নিজা বাসগৃহত সম্পূর্ণ বড়ো ৰীতি-নীতিৰে সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যোৱা নিশা গ...

April 23, 2025 6:23 PM

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰপেটাত জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ বেলট পেপাৰ ছপাশাল পৰিদৰ্শন

বৰপেটা জিলাত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ ন...

April 23, 2025 6:15 PM

উচ্চ শিক্ষা বিভাগৰ অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ

মন্ত্রীসভাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ কৰিছে। ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়...

April 22, 2025 3:43 PM

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ নগাঁৱৰ ভাস্বত শইকীয়া পুনৰ আইপিএছ

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয...

April 22, 2025 12:49 PM

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰ...

April 22, 2025 12:45 PM

চানমাৰি নির্মীয়মান উৰণসেতুত এগৰাকী মহিলা বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্রাপ্ত

■ চানমাৰি নির্মীয়মান উৰণসেতুত আজি এগৰাকী মহিলা বিদ্যুৎস্পৃষ্ট হয়। উৰণ সেতুৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আঘাতপ্রাপ্ত মহিলাগৰাকী ৰমিয় দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে মহিলাগৰাকীক গ...

April 22, 2025 12:23 PM

মৃগাংক বৰ্মনক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি

● অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অর্থনীতি বিভাগৰ গৱেষক ছাত্র তথা নলবাৰীৰ বেলশৰৰ সন্তান মৃগাংক বৰ্মনক এছিয়াৰ অন্যতম কৃষি সন্মিলন আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্ব...

April 22, 2025 12:01 PM

বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি

● অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাইৰ বিখ্যাত গ'ল্ডেন পেগোডাত বিশ্ব শান্তিৰ ব...