ডাউনলোড
মোবাইল এপ

android apple
signal

April 25, 2025 8:02 PM

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। বিন্ধাকটা গেৰেকী নেপালী গাঁৱৰ শংকৰ মুৰা নামৰ যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে ...

April 25, 2025 7:21 PM

পশ্চিম কাৰ্বি আংলঙত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই আজি ডংকামোকাম, খেৰনি আৰু হামৰেনৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া কেইগৰাকীৰ সৈতে জিলাখনত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত ...

April 25, 2025 6:54 PM

‘প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি’ দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলত...

April 25, 2025 6:46 PM

বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে দিনযোৰা কাৰ্যসূচীৰে সভা

বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ব...

April 25, 2025 6:42 PM

ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীত ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰেপৰা দুদিনীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত আই আই টিৰ অধ্যাপক, ...

April 23, 2025 8:54 PM

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ প্ৰতি শ্ৰদ্ধাৰ লগতে ঘটনাৰ প্ৰতিবাদৰূপে লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ পালন

কাশ্মীৰৰ পেহেলগামত কালি সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে এই ঘটনাৰ প্ৰতিবাদৰূপে আজি লাডাখৰ লেহ অঞ্চলত পুৱাৰে পৰা বিয়লিৰ ভাগলৈ শান্তিপূৰ্ণ বন্ধ ...

April 23, 2025 8:43 PM

প্রধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে...

April 23, 2025 7:51 PM

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ

অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত...

April 23, 2025 7:44 PM

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

জম্মু-কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ...

April 23, 2025 7:18 PM

JEE আৰু NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ

অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আর্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষার্থীসকলক অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্...