ডাউনলোড
মোবাইল এপ

android apple
signal

May 3, 2025 12:02 PM

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্...

May 3, 2025 11:56 AM

ৱেভছ সন্মিলন-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতি প্ৰদৰ্শন

■ মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন-ৱেভছ ২০২৫ত কালি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্য ...

May 3, 2025 11:50 AM

মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইল...

May 3, 2025 11:38 AM

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তি...

May 2, 2025 11:47 AM

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অস...

May 2, 2025 11:41 AM

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৪ খন জিলাত ভোটগ্রহণ

● পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পর্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, ল...

April 26, 2025 9:18 PM

বিমান সংস্থাসমূহক কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ

চৰকাৰে বিমান সংস্থাসমূহক যাত্ৰী নিৰাপত্তা, সুৰক্ষা তথা যাত্ৰাৰ সূচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰ...

April 26, 2025 9:15 PM

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৰ আহ্বান

কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৱে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনাইছে। বিশাখাপট্টনমৰ সাগৰমালা প্ৰেক্ষাগৃহত আ...

April 26, 2025 9:11 PM

পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্...

April 26, 2025 9:05 PM

বজালীৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন

বজালী জিলাৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য আজি অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে ...