May 22, 2025 11:34 AM
ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি
■ কেইবাদিন ধৰি ৰাজ্যত হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থাকিব। অহা তিন...