ডাউনলোড
মোবাইল এপ

android apple
signal

May 24, 2025 11:58 AM

প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। সমগ্র শিক্ষা অসমৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত প্রথম ...

May 24, 2025 11:52 AM

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ...

May 23, 2025 12:35 PM

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ ...

May 23, 2025 12:31 PM

খেলো ইণ্ডিয়া বীচ্চ গেমছত অসমৰ ল’ৰাৰ দলৰ ছেপাকটাক্ৰ’ত সোণৰ পদক অৰ্জন

অসমৰ ল'ৰাৰ দলে দমন আৰু দিউত চলি থকা প্রথম খেলো ইণ্ডিয়া বীচ্চ গেমছৰ ছেপাকটাক্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। দলটোৱে কালি ফাইনেলত দিল্লীক ১৭-১৪, ১৫-১৩, ১৫-১১ ফলাফলত পৰাস্ত কৰে । একেদৰে টিপু পাটিৰে পে...

May 23, 2025 12:25 PM

শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ’ব

আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষ্যৰে গঠিত অংকুৰিত অসমৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলক উৎসাহিত কৰাৰ বাবে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি ...

May 23, 2025 12:21 PM

ৰাজ্যত চলিত বৰ্ষত বান ৰোধৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে

● ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু আই আই টি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্র...

May 23, 2025 12:10 PM

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বি...

May 23, 2025 12:04 PM

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি

■ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি কৰিছে। ৬ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ নিৰ্মাণ ব্যয় আনুমানিক ৬০০ কোটি ৫১ লাখ ট...

May 22, 2025 12:03 PM

বি টি আৰৰ কিতাপ ক্রয়ৰ নামত উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন

■ বি টি আৰৰ কিতাপ ক্রয়ৰ নামত কেইবা কোটি টকাৰ অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত বি টি আৰ প্ৰশাসনে এখন ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। এই সমিতিত গুৱাহাটী উচ...

May 22, 2025 11:53 AM

আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন পৰামৰ্শ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা সবলীকৰণ, অপবাধ অনুসন্ধান প্রক্রিয়া অধিক ক্ষিপ্ৰ কৰা আৰু আৰক্ষীৰ বাহিনীৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰিছে। কালি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্...