July 28, 2025 10:35 AM

views 22

আকাশবাণীৰ পাব্লিক স্পীকত হেপেটাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু যতন সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত হেপেটাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু যতন সন্দৰ্ভত নতুন দিল্লীৰ আই এল বি এছ হাস্পতালৰ হেপাট’ল’জি বিভাগৰ চিকিৎসক ডাঃ বিশাল আৰোৰাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক এই বিষয়ে প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্রশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্...

August 19, 2024 12:05 PM

views 26

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’ত আজি ‘মহাকাশ খণ্ডত সুযোগ বৃদ্ধি’ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত মহাকাশ খণ্ডত সুযোগ বৃদ্ধি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত নতুন দিল্লীৰ ক্ষেত্ৰীয় দূৰ সংবেদন কেন্দ্ৰ, উত্তৰ অৰ্থাৎ NRSCৰ উপ মহাপ্ৰৱন্ধক ড০ সমীৰ সাৰনে অংশগ্ৰহণ কৰিব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি মহাকাশ খণ্ডত কেৰিয়াৰ সুযোগ সন্দৰ্ভত বিশেষজ্ঞগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্রোতাসকলে লগতে ৱাটছএপ যোগে ৯২৮৯০-৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব...