December 17, 2024 11:22 AM

views 13

অজিত ডোভালৰ কাইলৈ চীনৰ বেইজিঙত বিশেষ প্রতিনিধি সভাত অংশগ্ৰহণ

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ভাৰত-চীন সীমা সমস্যাৰ বিষয়ৰ ভাৰতৰ বিশেষ প্রতিনিধি অজিত ডোভালে কাইলৈ চীনৰ প্ৰতিনিধি তথা কমিউনিষ্ট দলৰ কেন্দ্ৰীয় সমিতিৰ ৰাজনৈতিক ব্যুৰ'ৰ সদস্য আৰু বিদেশ পৰিক্ৰমা মন্ত্ৰী ৱাং য়িৰ সৈতে বেইজিঙত বিশেষ প্রতিনিধি সভাত অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্রালয়ে জনাইছে যে, চলিত বৰ্ষৰ ২৩ অক্টোবৰত কাজানত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে দুয়োগৰাকী বিশেষ প্রতিনিধিয়ে সীমা অঞ্চলত শান্তি তথা সৌহার্দ্য সম্পর্কে আলোচনা কৰাৰ লগতে সীমা সমস্যাৰ ন্যায্য, যুক্তিসংগত আৰু পাৰস্পৰিক গ্ৰহণযোগ্য স...