December 2, 2025 7:49 PM

views 15

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় দুমাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ সাংসদ অজিত কুমাৰ ভূঞাই আজি ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান জনায়। তেওঁ কয় যে ১৯৯৪ চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সম্প্ৰদায় আৰু শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তেওঁ অভিযোগ কৰি কয় যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকী যোৱা প্ৰায় দুমাহ ধৰি বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি আছে আৰু তেওঁৰ কাম-কাজ সম্পৰ্ক...

July 14, 2025 6:30 PM

views 11

আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত অজিত কুমাৰ ভূঞাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰিৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সেই অনুসৰি আজি অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়া বিশ্বজিৎ ডেকাক বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে আজি চাৰিওগৰাকী অভিযুক্তৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে ১৩জন অভিযুক্তৰ বি...