December 21, 2024 7:15 PM

views 20

পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ শীর্ষ বিষয়াৰ সৈতে অজয় টামটাইৰ বৈঠক

পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় টামটাই আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ বিভাগীয় আঁচনিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। জিলাখনত ৰূপায়িত এম জি এনৰেগা, প্রধানমন্ত্রী আবাস যোজনা, অমৃত সৰোবৰকে ধৰি বিভিন্ন আঁচনি সমূহ সফলভাৱে ৰূপায়ণৰ বাবে শীর্ষ বিষয়াসকলক কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। তদুপৰি জনমুখী আঁচনিসমূহৰ সা-সুবিধা যাতে প্রকৃত হিতাধিকাৰীয়ে লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিবলৈও তেওঁ আহ্বান জনায়। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ সংকল্পত স...