September 21, 2024 9:26 PM

views 67

বিশ্বজুৰি আলঝেইমাৰ-ডিমেনচিয়া ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব আলঝেইমাৰ দিৱস পালন

আলঝেইমাৰ আৰু ডিমেনচিয়া ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটো বিশ্ব আলঝেইমাৰ দিৱস হিচাপে পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত এই ৰোগ সন্দৰ্ভত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এই ৰোগৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে। এইবাৰ এই দিৱসৰ বিষয় হৈছে ডিমেনচিয়া আৰু আলঝেইমাৰক লৈ কাম কৰাৰ সময় সমাগত। উল্লেখযোগ্য যে আলঝেইমাৰত আক্ৰান্ত ৰোগীৰ মগজুৰ কোষ সংকুচিত আৰু ক্ষতি হোৱাৰ ফলত স্মৃতি শক্তি হ্ৰাস পোৱাৰ উপৰি সামাজিক সংযোজনৰ ক্ষমতাও কমি আহে। তথ্য অনুসৰি বিশ্বৰ ৫৫ নিযুততকৈ...