June 13, 2025 12:41 PM

views 10

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ বিমান দুর্ঘটনা তদন্ত সংস্থাৰ

বিমান দুর্ঘটনা তদন্ত সংস্থাই (এ এ আই বি) আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কৈছে, যে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই ধার্য কৰা আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী দুৰ্ঘটনাৰ তদন্ত কৰা হ'ব। তেওঁ কয়, যে চৰকাৰে বিষয়টো বিশদভাৱে চালিজাৰি চোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞক লৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ কথা বিবেচনা কৰিছে। কমিটীখনে বিমান পৰিবহণ নিৰাপত্তা শক্তিশালী কৰা আৰু ভৱিষ্যতে এনে ধৰণৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি...