July 12, 2025 8:48 PM

views 14

আকাশ মাৰ্গেৰে ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ ব্যাপক আক্ৰমণ

ৰাছিয়াই আজি আকাশ মাৰ্গেৰে ইউক্রেইনৰ ওপৰত ব্যাপক হাৰত আক্ৰমণ চলায়। এই আক্ৰমণত প্রায় ৬০০ ড্রোণ আৰু ২৬ টা ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰা হয়। চহৰসমূহক লক্ষ্য কৰি কৰা আক্ৰমণত দেশখনৰ পশ্চিম অঞ্চলৰ লভিভ, লুটস্ক, চর্নিভেষ্ট বেয়াকৈ ক্ষতিগ্রস্ত হয়। আক্ৰমণত ৰোমানিয়াৰ সীমান্তৱৰ্তী অঞ্চলত দুজন লোক নিহত হোৱাৰ লগতে ২০ জন লোক আহত হয়। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমাৰ জেলেনক্সিয়ে এই আক্ৰমণৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি অসামৰিক আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ কথা ব্যক্ত কৰে। প্ৰত্যুত্তৰত ইউক্রেইনৰ বায়ু সেনাই ২৫ টা ক্ষ...