March 31, 2025 8:50 PM March 31, 2025 8:50 PM
4
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি কৰা হৈছে। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি কৰা ঘোষণা সন্দৰ্ভত নগৰখনৰ নাগৰিকৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী বাতৰি বিভাগে কালি সন্ধিয়া প্ৰচাৰ কৰা বিশেষ সংবাদ চলন্তিকা আকাশবাণী ডিব্ৰুগড় কেন্দ্রই আজি নিশা চাৰে ৮ বজাত পুনৰ প্ৰচাৰ কৰে। পূর্বে সাত বাজি ৫ মিনিটত প্ৰচাৰিত ‘জিলাৰ ৰেহৰূপ’ অনুষ্ঠান কাইলৈৰ পৰা পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিটলৈ প্ৰচাৰৰ দিহা কৰা হৈছে। দিনৰ ১০ বজাত প্ৰচাৰ...