May 13, 2025 8:26 PM
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈৰ পুৱাৰ পৰা পুনৰ স্বাভাৱিক হ’ব
আকাশবাণীৰ বাতৰি সেৱা বিভাগে যোৱা ৯ মে’ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈৰ পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হ'ব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধ...