May 14, 2025 11:20 AM
আকাশবাণীৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ যোৱা ৯ মে'ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হৈছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভ...