May 14, 2025 11:20 AM May 14, 2025 11:20 AM
4
আকাশবাণীৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ যোৱা ৯ মে'ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হৈছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীয়ে ইয়াৰ প্ৰতিঘণ্টাই প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰিৰ সময়সূচী ৫ মিনিটৰ পৰা ১০ মিনিটলৈ বৃদ্ধি কৰিছিল। সেই অনুসৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰিৰ সময়সূচীৰো সালসলনি ঘটোৱা হৈছিল। আজিৰ পৰা পুৱাৰ আঞ্চলিক...