June 12, 2025 9:26 PM
11
আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ A1-171 দুর্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীৰ মৃত্যু ; এজন জীৱিত উদ্ধাৰ
গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত আজি দুপৰীয়া ২৪২গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ A1-171 নম্বৰৰ বিমানখন উৰণৰ সময়তে দুর্ঘটনাগ্রস্ত হয়। বিমানখনত ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু সাতগৰাকী পৰ্তুগীজ নাগৰিক আছিল। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলে এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীয়ে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনাত সামান্য আঘাটপ্রাপ্ত এজন লোকক উদ্ধাৰ কৰা হৈছে। এই লোকজন ব্ৰিটেইনৰ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ...