July 1, 2024 12:41 PM

views 59

আকাশবাণীৰ পাৱলিক স্পীকত আজি প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ন বজাত প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত গ্রামীন বিকাশ মন্ত্ৰ্যালয়ৰ উপসঞ্চালক প্ৰধান গয়া প্ৰসাদ আৰু গৃহনির্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব কুলদীপ নাৰায়ণৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি প্ৰধানমন্ত্রী আবাস যোজনা সম্পৰ্কে বিষয়া দুৰাকীক প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে...

June 17, 2024 6:49 PM

views 55

আকাশবাণী বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্য্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি যোগভ্যাসৰ বিভিন্ন দিশ সম্পর্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্রোতাসকলে ৯২৮৯০ ৯৪০৪৪ নম্বৰত ৱাটছএপ যোগেও প্র...

June 10, 2024 11:53 AM

views 42

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত ‘বহনক্ষম ভৱিষ্যতৰ বাবে আৱর্জনা ব্যৱস্থাপনা’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত আৱর্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং চাম্ব্যাল আৰু চাৰকুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ড° সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱর্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি জাৱৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰিয়তেও প্ৰশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গ’...