April 7, 2025 12:00 PM April 7, 2025 12:00 PM
3
আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত ‘সমূহীয়াভাৱে জল সংৰক্ষণ অভিযান’ সন্দৰ্ভত আলোচনা
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত সমূহীয়াভাৱে জল সংৰক্ষণ অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালক প্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি বৰষুণৰ পানী সঞ্চয়, দৈনন্দিন জীৱনত পানী সংৰক্ষণ আৰু পানী সংৰক্ষণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাসমূহৰ সন্দৰ্ভত সমল ব্যক্তিগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪...