August 25, 2025 9:48 PM
আকাশবাণী গুৱাহাটী কেন্দ্ৰত মহিলাৰ বিশ্ৰাম কোঠা উদ্বোধন
আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি এটা মহিলাৰ বিশ্ৰাম কোঠা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্রধান আশীষ ভাটনাগৰে উদ্বোধন কৰা এই শীতোতাপযুক্ত বি...