November 21, 2025 8:31 PM

views 21

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত কাইলৈ ৬৭সংখ্যক আকাশবাণী সংগীত সন্মিলন

৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন কাইলৈ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া ৬ বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত বিখ্যাত শিল্পী মনোজ বৰুৱাই ভায়োলিন বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিবেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশেষকৈ শাস্ত্রীয় সংগীত, লঘু শাস্ত্ৰীয় আৰু লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত ১৯৫৪ চনৰে পৰা দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন ক...