September 30, 2024 8:48 PM

views 23

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত কুইজ প্রতিযোগিতা

দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰে। পৰিচ্ছন্নতাৰ বিষয়ত ছাত্ৰীসকলক সজাগ-সচেতন কৰি তোলাৰ লগতে নৱপ্ৰজন্মৰ মাজত আকাশবাণীৰ জনপ্ৰিয়তাক বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাত লীনা বৈশ্য আৰু কৃষ্ণাস্মীতা কাশ্যপে প্রথম, লিমন শৰ্মা আৰু বৰ্ষা কৈৱৰ্তই দ্বিতীয় আৰু চয়নিকা বৰুৱা আৰু প্ৰিয়ংকা কলিতাই তৃতী...