June 11, 2025 11:48 AM

views 19

আকাশবাণীত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক সুৰক্ষিত আৰু অধিক মর্যাদাপূৰ্ণ কৰি তোলা সন্দৰ্ভত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ শিতানত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে কিদৰে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক সুৰক্ষিত আৰু অধিক মর্যাদাপূৰ্ণ কৰি তুলিছে এই সন্দৰ্ভত আলোকপাত কৰা হৈছে। বিগত দশকত মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন উন্নত কৰাত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। গৃহ নিৰ্মাণ আৰু স্বাস্থ্য সেৱাৰ পৰা আ...