September 7, 2025 11:16 AM September 7, 2025 11:16 AM
13
অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙৰ মন্তব্য
অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙে মন্তব্য কৰিছে। চেন্নাইত কালি বিষয়া প্রশিক্ষণ একাডেমীৰ দীক্ষান্ত সমাৰোহত ভাষণ দি বায়ুসেনাৰ মুৰববীগৰাকীয়ে নতুন বিষয়াসকলক ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ সময়ত একতাৰ মনোভাৱ বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানৰ জৰিয়তে ১৩০ গৰাকী পুৰুষ আৰু মহিলা বিষয়াক সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হয় ৷ বিষয়া প্রশিক্ষণ একাডেমীত মিত্ৰদেশৰ ৯ গৰাকী পুৰুষ আৰু ১২ গৰাকী মহিলাসহ মুঠ ...