December 9, 2025 7:34 PM December 9, 2025 7:34 PM

views 4

গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপনৰ লগতে এই সামূহিক অনাতাঁৰ কেন্দ্ৰসমূহত সেৱা আগবঢ়োৱা পূব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অংশগ্ৰহণকাৰী, গণ মাধ্যমৰ শিক্ষক, চৰকাৰী প্রতিনিধি আৰু সমল ব্যক্তিসকলক একেখন মঞ্চতে সন্মিলিত কৰোৱাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয় ৷ গুৱাহাটীৰ আজাৰাত কাইলৈ পুৱা...

July 23, 2025 9:32 PM July 23, 2025 9:32 PM

views 6

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত কৰে। এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ এখন সংবাদপত্ৰত প্ৰকাশিত তথ্যক লৈ সংবাদ মাধ্যমৰ জিজ্ঞাসাৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে সকলোবোৰ মৃতদেহ অতি পেছাদাৰীগতভাৱে আৰু সন্মান সহকাৰে ৰখা হয়। তেওঁ লগতে কয়, যে ভাৰতে এইক্ষেত্ৰত যিকোনো ধৰণৰ সহায়-সহযোগৰ বাবে ব্ৰিটেইন কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযো...

January 26, 2025 8:37 PM January 26, 2025 8:37 PM

views 12

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ আকাশবাণী ভৱনত বিভিন্ন ব্যক্তিৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মত বিনিময়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমন্ত্ৰিত বিশেষ অতিথিসকলৰ সৈতে নতুন দিল্লীৰ আকাশবাণী ভৱন চৌহদত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত বিশেষভাবে উল্লেখ কৰা ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি কয়, যে তেওঁলোকে সমাজৰ উন্নয়নৰ হকে নিৰলসভাবে কাম কৰি আহিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত শ্ৰীবৈষ্ণৱে কয়, যে প্রধানমন্ত্রীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে এই লোকসকলৰ প্ৰেৰণাদায়ক কাম-কাজসমূহ জনসাধাৰ...