October 9, 2024 5:50 PM

views 25

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, এ আই আই এ-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনায়েও অংশগ্ৰহণ কৰে।

May 15, 2024 6:13 PM

views 20

ইউনিভাৰচিটী অৱ ব’ল্টন ইনষ্টিটিউট অফ মেডিচিনৰ সৈতে নতুন দিল্লীৰ এইমছৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এইমছ নতুন দিল্লীয়ে ইউনিভাৰচিটী অৱ ব'ল্টন ইনষ্টিটিউট অফ মেডিচিনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি চিকিৎসা গৱেষণা, উদ্ভাৱন আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। এইমছ কর্তৃপক্ষই এটা বিবৃতিযোগে জনাইছে যে এই বুজাবুজিৰ চুক্তিয়ে দুয়োখন প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অহা যোৱা, শৈক্ষিক সন্মিলন আৰু সহযোগিতামূলক ডিগ্ৰী কাৰ্যসূচীৰ দৰে বিভিন্ন পদক্ষেপ সামৰি ল'ব। এই চুক্তিখনক মাইলৰ খুঁটি হিচাপে প্ৰশংসা কৰি এইমছৰ সঞ্চালক প্ৰফেছাৰ এম শ্রীনিবাসে কৈছে যে, ইয়াৰ দ্বাৰা প্ৰতিষ্ঠান দুখনে গোলক...