December 16, 2024 12:49 PM

views 14

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চাংসাৰিৰ এইমছ পৰিদৰ্শন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কালি চাংসাৰিৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এইমছৰ আয়ুষ চিকিৎসালয়ত উপস্থিত হৈ কৰ্মচাৰী, বিষয়ববীয়া তথা চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে এই পৰিদৰ্শন কালত শ্ৰীৰাৱক সংগ দিয়ে। শ্ৰীৰাৱে দৰং জিলাৰো কিছু অঞ্চল পৰিদৰ্শন কৰি অভিলাষী জিলা আৰু উন্নয়ন খণ্ডৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। তেওঁ মোৱামাৰী গাঁৱত আয়ু...