September 24, 2024 9:03 PM

views 11

নতুন দিল্লীৰ এইমছ আৰু প্ৰযুক্তি কোম্পানী ইনটুইটিভৰ ৰ’ব’টিক সহায়ক অস্ত্ৰোপচাৰৰ নতুন প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

নতুন দিল্লীৰ এইমছ আৰু প্ৰযুক্তি কোম্পানী ইনটুইটিভে আজি ৰ'ব'টিক সহায়ক অস্ত্ৰোপচাৰৰ নতুন প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এইমছে দ্যা ভিঞ্চি ৰবটিক সহায়ক প্ৰশিক্ষণ কেন্দ্ৰটোৱে ইউৰ’লজী, গায়ন'ক'লজী, সাধাৰণ অস্ত্ৰোপচাৰ আদি সম্পন্ন কৰিব পৰাকৈ দক্ষ শল্য চিকিৎসকৰ দলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইমছৰ সঞ্চালক ডাঃ শ্রীনিবাসে কয় যে প্রতিষ্ঠানটোত অভিজ্ঞ ৰবটিক শল্য চিকিৎসকসকল আছে যিয়ে নতুন শল্য চিকিৎসকসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। তেওঁ আৰু লগতে কয় যে কেন্দ্ৰটোৱে সমগ...