June 9, 2025 1:11 PM

views 12

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ বিশেষ আয়েংগাৰ যোগ কৰ্মশালা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানে (এ আই আই এ) তিনিদিনীয়াকৈ বিশেষ আয়েংগাৰ যোগ কৰ্মশালাৰ আয়োজন কৰিছে। আজিৰে পৰা অহা বুধবাৰলৈকে প্রতিদিনে দিনৰ ২ বজাৰ পৰা ৩ বজালৈ এই কর্মশালা অনুষ্ঠিত হ'ব। লাইফ যোগা চেণ্টাৰৰ প্ৰসিদ্ধ আয়েংগাৰ যোগ শিক্ষক অমিত শৰ্মাৰ নেতৃত্বত আয়েংগাৰ পৰম্পৰা অনুসৰি বিভিন্ন শাৰীৰিক মুদ্ৰা আৰু মানসিক স্বাস্থ্য উন্নত কৰাৰ দিশত বিশেষভাৱে মনোযোগ দিয়া হ'ব। এই কর্মশালাত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সৈতে জড়িত ছাত্র-ছাত্রী তথা বিদ্বান লোকসকলৰ লগতে ...