April 13, 2025 12:17 PM

views 27

২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ এ আই চি টি ইৰ পদক্ষেপ

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ তথা চমুকৈ এ আই চি টি ই-য়ে ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে অভিলাষী পদক্ষেপ গ্রহণ কৰিছে। অসমীয়া ভাষাৰ লগতে গুজৰাটী, কানাড়া, হিন্দী, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু আৰু উর্দু ভাষাত পাঠ্যক্রমসমূহ উপলব্ধ হ'ব। প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে ৬০০ খন পাঠ্যক্রম প্রস্তুত কৰি ১২টা আঞ্চলিক ভাষাত আপল...