December 7, 2025 8:02 PM

views 46

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালৰ প্রকাশ

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে গ্রাহককেন্দ্রিক তথা স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে আজি প্রকাশ কৰিছে। নতুন দিল্লীত শক্তি বিতৰণ খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ প্রযুক্তি সন্দর্ভত আয়োজিত প্রথমখন ৰাষ্ট্রীয় সম্মিলনত তেওঁ এই কথা প্রকাশ কৰে। সন্মিলনৰ সামৰণি ভাষণত শক্তিমন্ত্ৰীগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা তথা যান্ত্রিক শিকণভিত্তিক ব্যৱস্থাসমূহে গ্রাহকসকলৰ অভিজ্ঞতা তথা ব্যৱস্থা...

April 7, 2024 7:02 PM

views 125

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ’ছফটৰ সকীয়নি

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ'ছফটে সকিয়াই দিছে। চীনে টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ফলাফল প্রভাৱিত কৰাৰ বাবে পৰীক্ষা চলোৱাৰ পাছতে আগশাৰীৰ কম্পিউটাৰ ছফ্‌টৱেৰ কোম্পানীটোৱে এইদৰে সকিয়াই দিছে। চলিত বৰ্ষত ইউৰোপীয় সংঘৰ উপৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ কমেও ৬৪ খন দেশত ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে। এই দেশকেইখনৰ জনসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ প...