November 18, 2025 1:22 PM November 18, 2025 1:22 PM

views 22

নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সহজতে বাৰ্তালাপ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কণ্ঠ আধাৰিত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত দেশৰ যিকোনো স্থানৰ দুগৰাকী ভিন্ন ভাষীলোকে নিজৰ নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ অধীনত ৰাষ্ট্ৰীয় ভাষা প্রযুক্তি মিছন চমুকৈ ভাষিণী নামেৰে আৰম্ভ কৰা মঞ্চত অসমীয়া আৰু বড়োসহ থলুৱা ভাষাসমূহ অন্তর্ভুক্ত কৰাৰ বাবে কালি এই চুক্তিত স্বাক্ষৰ কৰা হয়। কেন্দ্ৰীয় চ...

November 6, 2025 11:43 AM November 6, 2025 11:43 AM

views 20

ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি

■ ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি কৰিছে। এই নীতি-নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সৰ্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সৰ্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুড়ে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত কালি নতুন দিল্লীত এই নীতি-নিৰ্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুড়ে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল ভা...

August 8, 2025 5:09 PM August 8, 2025 5:09 PM

views 15

কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত গতিত আগুৱাই নিব

কৃত্রিম বুদ্ধিমত্তা হব ভৱিষ্যতৰ যুগদ্ৰষ্টা আৰু ই ভৱিষ্যতৰ পৃথিৱী নিয়ন্ত্ৰণ কৰিব। লগতে কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত গতিত আগুৱাই নিব। সেয়েহে ভাৰত চৰকাৰে কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত অধিক গুৰুত্ব দিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাতকাৰে কালি আমিনগাঁৱৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত কৃত্রিম বুদ্ধিমত্তাৰ বিষয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এখন কৰ্মশালাত অংশগ্ৰহণ কৰি এইদৰে কয়। কর্মশালাখন উদ্বোধন কৰি অধ্যক্ষাগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তাৰ বাবে সাজু হবলৈ নৱ প্ৰজন্মলৈ আহ্বান জনায়।...