March 21, 2025 10:50 AM

views 13

গুৱাহাটী, তেজপুৰ আৰু শিলচৰত তিনিটা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা প্রয়োগশালা স্থাপন কৰা হ’ব

গুৱাহাটী, তেজপুৰ আৰু শিলচৰত অচিৰেই ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ভাৰতীয় এ আই মিছনৰ অধীনত তিনিটা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা প্রয়োগশালা স্থাপন কৰা হ'ব। ৰাজ্যত শিক্ষাৰ মান উন্নীতকৰণ, কৃত্রিম বুদ্ধিমত্তা বিষয়ক গৱেষণা, বতৰৰ আগজাননী আদি কামত ব্যৱহাৰ কৰাৰ উপৰি এই প্রয়োগশালাকেইটাৰ জৰিয়তে ৰাজ্যৰ সকলো আই টি আই, পলিটেকনিক আৰু ইঞ্জিনীয়াৰিঙৰ শিক্ষাৰ্থীক কৃত্রিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। বানপানীৰ আগতীয়া অনুমান, কৃত্রিম বুদ্ধিমত্তা- ভিত্তিক ব্যৱস্থাৰে কৃষি...