July 16, 2025 12:46 PM
23
ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ দিন পালন
ভাৰতত আজি কৃত্রিম বুদ্ধিমত্তাৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ দিন পালন কৰা হৈছে। আজি কৃত্রিম বুদ্ধিমত্তাৰ গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকা উদযাপন কৰা হ'ব। বেংগালুৰু আৰু হায়দৰাবাদৰ লেখীয়া প্ৰযুক্তিৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত নগৰসমূহৰ পৰা আৰম্ভ কৰি গ্ৰামাঞ্চললৈকে কৃত্ৰিম বুদ্ধিমত্তাই স্বাস্থ্য সেৱা, শিক্ষা, কৃষি, প্রশাসন, উদ্যোগ আদি সকলো ক্ষেত্রতে ইতিমধ্যে বিপ্লৱৰ সূচনা কৰিছে। চৰকাৰৰ সকলোৰে বাবে কৃত্রিম বুদ্ধিমত্তাৰ লক্ষ্য আৰু ইয়াৰ বাবে থকা ৰাষ্ট্ৰীয় কৌশলৰ জৰিয়তে কেৱল আর্থিক বিকাশৰ বাব...