ডাউনলোড
মোবাইল এপ

android apple
signal

May 30, 2025 8:48 PM

ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানত বিশেষ সাফল্য লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰিছে। নতুন দিল্লীত আয়োজিত ইণ্ডিয়া এ আ...